NOTICE

  Date: 06-09-2021

Subject: - Admisson 2021-22 (B.P.L. Catagory)

           
যিসকল শিক্ষাৰ্থীৰ অভিভাৱকৰ উপাৰ্জন প্ৰতি বছৰে 2,00,000/- ৰ তলত আৰু যদি তেওঁলোকে অসম চৰকাৰৰ বিনামূলীয়া নামভৰ্তি আঁচনিৰ সুবিধা প্ৰাপ্ত কৰিব বিচাৰে, তেওঁলোকে সংশ্লিষ্ট ৰাজহ চক্ৰ বিষয়াৰ পৰা উপাৰ্জনৰ প্ৰমাণপত্ৰ সংগ্ৰহ কৰিব লাগিব।

আন উৎসৰ পৰা সংগ্ৰহ কৰা প্ৰমাণপত্ৰ গ্ৰহণ কৰা নহ'ব।

ৰাজহুৱা প্ৰতিষ্ঠানৰ চৌহদৰ ভিতৰত গছপুলি ৰোপণৰ এখন আলোকচিত্ৰ -উপাৰ্জন প্ৰমাণপত্ৰৰ সৈতে দাখিল কৰিব লাগিব।

ডিগ্ৰী শ্ৰেণীত বিনামূলীয়াকৈ নামভৰ্তিৰ বাবে উপাৰ্জনৰ প্ৰমাণপত্ৰ আৰু গছপুলি ৰোপণৰ ফটোৰ সৈতে ডি.এইচ.ই. ইউনিক আই.ডি. দাখিল কৰাটো বাধ্যতামূলক।

The students whose parent's income is below 2,00,000/- per year and if they are intending to avail Benefit of Assam Govt Free Admission scheme, they must collect income certificate from concerned Revenue Circle Officer.

Certificates collected from other source will not be accepted.
A photograph of sapling planting within campus of public institution must be submitted along with the -income certificate.

For free admission into Degree Classes submission of D.H.E. UNIQUE ID along with income certificate and sapling planting photograph is compulsory.

Link to D.H.E. Assam's Notice

 

Signed and Published by -  

 Office of the Principal

Copyright 2007© C. K. B. College, Teok