NOTICE

  Date: 27-05-2024

Subject: - নামভৰ্তিৰ জাননী : ২০২৪-২০২৫

           

নামভৰ্তিৰ জাননী : ২০২৪-২০২৫

 

২০২৪-২০২৫ বৰ্ষৰ উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিকৰ নামভৰ্তি প্ৰক্ৰিয়া তলত উল্লেখ কৰা তাৰিখ অনুসৰি আৰম্ভ হ'ব :

 

নামভৰ্তিৰ তাৰিখ :

 

নামভৰ্তিৰ মাচুল :

 

২৯-০৫-২০২৪ আৰু

৩০-০৫-২০২৪

 

৩১৫০/- টকা

 

 

 

যিসকল ছাত্ৰ-ছাত্ৰীয়ে অসম চৰকাৰৰ 'নামভৰ্তিৰ মাচুল ৰেহাই' আঁচনিৰ সুবিধা গ্ৰহণ কৰিব বিচাৰে, তেওঁলোকে তলত উল্লেখ কৰা নথি-পত্ৰসমূহ নামভৰ্তিৰ সময়ত দাখিল কৰিব লাগিব :

 

১. সংশ্লিষ্ট ৰাজহ চক্ৰ বিষয়াই প্ৰদান কৰা আয়ৰ প্ৰমাণ পত্ৰ

২. ৰেচন কাৰ্ডৰ প্ৰতিলিপি,  বিপিএল কাৰ্ডৰ প্ৰতিলিপি

৩. পিতৃ-মাতৃ অথবা অভিভাৱকৰ পান কাৰ্ডৰ প্ৰতিলিপি

৪. নামভৰ্তিৰ মাচুল ৰেহাই সম্পৰ্কীয় ঘোষণা পত্ৰ (ডাউনলোডৰ লিংক তলত দিয়া হৈছে)

৫. ৰাজহুৱা স্থানত গছপুলি ৰোপনৰ আলোকচিত্ৰ

৬. চিনাক্তকৰণৰ প্ৰ-পত্ৰ (ডাউনলোডৰ লিংক তলত দিয়া হৈছে)

 

ছাত্র-ছাত্ৰীসকলে নামভৰ্তিৰ সময়ত সকলো মূল নথি-পত্ৰ দেখুওৱাব লাগিব।

 

 


Link for Fee Waiver Undertaking – http://ckbteok.com/files/Undertaking.pdf

Link for Identification Form - http://ckbteok.com/files/identi.pdf


 

Signed and Published by -  

 Office of the Principal

Copyright 2007© C. K. B. College, Teok