NOTICE

  Date: 23-06-2023

Subject: - NOTICE

           


উচ্চতৰ মাধ্যমিক প্রথম বর্ষত নাম ভর্তি কৰিবলৈ ইচ্ছুক ছাত্র-ছাত্রী সকলক ইয়াৰ দ্বাৰাই ২৪-০৬-২০২৩ তৰিখৰ ভিতৰত দর্পণ পর্টেলত আমাৰ মহাবিদ্যালয়ৰ পৰা যোৱা Admission Offer accept কৰিবলৈ জনোৱা হ'ল। অন্যথা নামভর্তিকৰণত আহিবলগীয়া অসুবিধাৰ বাবে মহাবিদ্যালয় কর্তৃপক্ষ জগৰীয়া নহ'

যিসকলে ইতিমধ্যে accept কৰিছে তেওঁলোকে এই বার্তাটো অনুগ্রহ কৰি আওকান কৰিব

 

 

অধ্যক্ষ
চি. কে. বি. মহাবিদ্যালয়, টীয়ক ৷

 

Signed and Published by -  

 Office of the Principal

Copyright 2007© C. K. B. College, Teok